Posts

Showing posts from 2017

Featured post

নিস্তব্ধ নিশা -অসমীয়া ভৌতিক গল্প

Image
    "মই আৰু আগলৈ নাযাওঁ অঞ্জন" ৷ "মোৰ ঠিকনা ইয়াতেই" ৷ এইবুলি দিবাকৰ শ্বশানৰ ভিতৰলৈ সোমাই অদৃশ্য হৈ গ’ল ৷ অঞ্জনে একো বুজি নাপালে ৷ ই পাগল হ’ল নেকি ?"   নিশা ট্ৰেভেলাৰ খনৰ পৰা নামি অঞ্জনে ইফালে সিফালে এবাৰ চালে কোনোবা চিনাকী মানুহক লগ পাইনেকি ৷ কাৰন মুল পথটোৰ পৰা ফাটিযোৱা আন এটা পথেৰে এক কিঃমিঃ পথ ঘৰলৈ অঞ্জনে খোজ কাঢ়ি যাব লাগিব ৷ অঞ্জন নিৰাশ হ’ল কোনো এটা নাই পথটোত ৷ গোটেই দিনটোৱে বতৰটো ডাৱৰীয়া ৷ কিণকিণিয়া বৰষুনৰ লগে লগে মাজে মাজে বলি থকা ফেৰফেৰীয়া বতাহ দুই এজাকে বহাগ মাহতো ঠান্ডাভাৱ এটা আনি দিছে ৷ আকাশত দশমিৰ জোনটোৱে ডাৱৰ ফালি ভূমুকি মাৰিবলৈ চেস্টা কৰি বিফল হৈছে ৷ অঞ্জনে বেগটো পিঠিত ভালকৈ লৈ আগলৈ খোজ দিলে ৷ মুম্বাইৰ কোম্পানী এটাত চাকৰী কৰা অঞ্জনে ছুটিত ঘৰলৈ আহিছে ৷ কাৰন তাৰ ভনীয়েক কাবেৰীৰ বিয়া ৷ তিনিদিন পাছতে বিয়া ৷ অহা তাৰ দেৰিয়েই হৈছে ৷ সি অহা ট্ৰেনখন দুঘন্টা পলম হোৱাৰ বাবে চহৰ পাওতে নিশা হৈ গ’ল ৷ ভাগ্য ভাল যে কোনোমতে ট্ৰেভেলাৰখন পাই গ’ল ৷ অঞ্জনে এনেয়ে এবাৰ পিছলৈ ঘুৰি চালে ৷ একো নেদেখি ৷ একেবাৰে ঘোপ মৰা আন্ধাৰ ৷ ছেঃ কোনোবা এটা লগ পোৱা হলে নিৰ্জন পথছোৱাত কথা প...

Janu Janu Lyrics | Gane ki Aane | Zubeen Garg | Assamese Song Lyrics

Image
Janu Janu Lyrics | Gane ki Aane | Zubeen Garg | Assamese Song Lyrics Janu Janu Moiu Janu is a superhit assamese song from the movie Gane ki Aane starring Zubeen Garg and Parinita Barthakur .This song is sung by Zubeen Garg and Parinita Barthakur. SONG : JANU JANU SINGER :  ZUBEEN GARG & PARINEETA BORTHAKUR MOVIE : GAANE KI AANE 2015 JANU JANU SONG LYRICS  Hopune etia jana Phulibole hikile tumare je bukute jibone etia jana hahibole hikile tumare je uthote hoyone hopune tumate umolu jibone morone tumake hamoru pritir enajorire tumake bandhu Janu janu moiu janu tumar hiya moiu sinu hiyar kotha moiu hunu sokut maya moiu hanu Fagunor posuwa pranote moromor bagisa khanote umolim duiue iyate nubuja akha aji sokute nukua kotha aji uthote poranot huhuriyai morome Hoyone hopune tumate umolu jibone morone tumake hamoru pritir enajorire tumake bandhu Janu janu moiu janu tumar hiya moiu sinu hiyar kotha moiu hunu sokut maya moiu hanu Okhimot...

Bhal lage Mur Lyrics From Abahan Theatre | Zubeen Garg

Bhal Lage Mur is one the latest superhit assamese theatre song from Hengool Theatre 2018 .This song is sung by Zubeen Garg & Nabanita. Title : Bhal Lage Mur Theatre : Hengool Theatre 2018 Artist : Zubeen Garg & Nabanita   Bhal Lage Mur  Lyrics   ভাল লাগে মোৰ ভাল লাগে মোৰ তোমাৰ কথাবোৰ কবিতা কবিতা লাগে ভাল লাগে মোৰ পল প্ৰতিপল তোমাকে ভাল লাগে মোৰ তোমাৰ কথাবোৰ কবিতা কবিতা লাগে ভাল লাগে মোৰ পল প্ৰতিপল তোমাকে ভাল লাগে মোৰ জানা তুমি যদি কৈ দিয়া জনমে জনমে মোৰ তুমিয়েই হোৱা ভাল লাগে মোৰ ভালপোৱা বোৰ তোমাৰ বুকুৰে আছুতীয়া কৈ ৰাখিবা মোলৈ চিৰদিনে ॥ অ' ভাল লাগে মোৰ তোমাৰ কথাবোৰ কবিতা কবিতা লাগে ভাল লাগে মোৰ পল প্ৰতিপল তোমাকে (X3) ভাল লাগে মোৰ কবিতা কবিতা লাগে ভাল লাগে মোৰ তোমাকে তুমি যদি আতৰি যোৱা কেতিয়াবা বহু দুৰলৈ ভাবি নাপাওঁ সপোনতো কি জানো হব মোৰ , কিয় ভাবা এনে কথা আছো সদায় তোমাৰ বুলি বাকি আছে আৰু কিনো কলিজা কৰিলা চুৰ ভাল লাগে মোৰ জানা তুমি যদি কৈ দিয়া জনমে জনমে মোৰ তুমিয়েই হোৱা ভাল লাগে মোৰ ভালপোৱা বোৰ ...

Nilim Nilim Morom Bukut Lyrics From Abahan Theatre 2018 | Zubeen Garg

Image
Nilim Nilim Morom Bukut is one the latest superhit assamese theatre song from Abahan Theatre 2018 .This song is sung by Zubeen Garg. Title : Nilim Nilim Morom Bukut Theatre : Abahan Theatre 2018 Artist : Zubeen garg Nilim Nilim Morom Bukut Lyrics O Teri meri meri teri Humari prem kahani Rab ne banaya meheruah O meri meheruah meri meheruah O meri meheruah নীলিম নীলিম মৰম বুকুত সপোন সপোন দুচকুত নীলিম নীলিম মৰম বুকুত সপোন সপোন দুচকুত প্ৰণয়ে প্ৰণয়ৰ নৈ হৈ তেজে তেজে সিৰে সিৰে বৈ বিয়পিম তোমাৰ গভীৰলৈ নীলিম নীলিম মৰম বুকুত সপোন সপোন দুচকুত O Teri meri meri teri Humari prem kahani Rab ne banaya meheruah O meri meheruah meri meheruah O meri meheruah বুকুৱে বুকুৱে সাবতি চেনেহা চেনেহী যুৰীয়া মৰমৰে ধেমালী বুকুৱে বুকুৱে সাবতি চেনেহা চেনেহী যুৰীয়া মৰমৰে ধেমালী প্ৰণয়ে প্ৰণয়ৰ নৈ হৈ তেজে তেজে সিৰে সিৰে বৈ মিলি যাম চিৰ জীৱনলৈ নীলিম নীলিম মৰম বুকুত সপোন সপোন দুচকুত সপোনে সপোনে আজি প্ৰেমৰে লুকাচুৰি কলিজাত যৌৱনৰে হাঁহি অ' চকুৱে চকুৱে হাঁহি প্ৰেমৰে লুকা-চুৰি ...

Soku Jai Ture Sokuloi Lyrics From Hengool Theatre 2018 | Neel Akash & Rajashree

Image
Soku Jai Ture Sokuloi is one the latest superhit assamese theatre song from Hengool Theatre 2018 . This song is sung by Neel Akash and Rajashree . Title : Soku Jai Ture Sokuloi Theatre : Hengool Theatre 2018 Artist : Neel Akash & Rajashree. Soku Jai Ture Sokuloi Lyrics চকু যায় চকু যায় তোৰে চকুলৈ অ'....... চকু যায় তোৰে চকুলৈ মৰমতে ডুবি যাবলৈ মনযায় তোকে ভালপাঁও বুলি চিধা চিধি কৈ দিবলৈ চকু যায় তোৰে চকুলৈ মৰমতে ডুবি যাবলৈ মনযায় তোকে ভালপাঁও বুলি চিধা চিধি কৈ দিবলৈ জালিকটা বেৰেদি তই মনে মনে চাৱনো মোক নাযাইনে মন হিয়াৰ কথা খুলি কবলৈ চকু যায় তোৰে চকুলৈ মৰমতে ডুবি যাবলৈ মনযায় তোকে ভালপাঁও বুলি চিধা চিধি কৈ দিবলৈ অ' যোৱাবেলিৰে কথা লগালি কিনো এথা নুগুচা হ'ল নোযোৱা হ'ল দেহৰ পৰা মোৰ ঐ অ' খিলি মাৰি ৰাখিছিলি সজোৰে নো হিয়াখনি খুলি দিলো ময়ে আহি কাষতে তোক পাবলৈ জালিকটা বেৰেদি তই মনে মনে চাৱনো মোক নাযাইনে মন হিয়াৰ কথা খুলি কবলৈ চকু যায় তোৰে চকুলৈ মৰমতে ডুবি যাবলৈ মনযায় তোকে ভালপাঁও বুলি চিধা চিধি কৈ দিবলৈ অ' নৰিয়া লাগে দেহত...