Featured post

নিস্তব্ধ নিশা -অসমীয়া ভৌতিক গল্প

Image
    "মই আৰু আগলৈ নাযাওঁ অঞ্জন" ৷ "মোৰ ঠিকনা ইয়াতেই" ৷ এইবুলি দিবাকৰ শ্বশানৰ ভিতৰলৈ সোমাই অদৃশ্য হৈ গ’ল ৷ অঞ্জনে একো বুজি নাপালে ৷ ই পাগল হ’ল নেকি ?"   নিশা ট্ৰেভেলাৰ খনৰ পৰা নামি অঞ্জনে ইফালে সিফালে এবাৰ চালে কোনোবা চিনাকী মানুহক লগ পাইনেকি ৷ কাৰন মুল পথটোৰ পৰা ফাটিযোৱা আন এটা পথেৰে এক কিঃমিঃ পথ ঘৰলৈ অঞ্জনে খোজ কাঢ়ি যাব লাগিব ৷ অঞ্জন নিৰাশ হ’ল কোনো এটা নাই পথটোত ৷ গোটেই দিনটোৱে বতৰটো ডাৱৰীয়া ৷ কিণকিণিয়া বৰষুনৰ লগে লগে মাজে মাজে বলি থকা ফেৰফেৰীয়া বতাহ দুই এজাকে বহাগ মাহতো ঠান্ডাভাৱ এটা আনি দিছে ৷ আকাশত দশমিৰ জোনটোৱে ডাৱৰ ফালি ভূমুকি মাৰিবলৈ চেস্টা কৰি বিফল হৈছে ৷ অঞ্জনে বেগটো পিঠিত ভালকৈ লৈ আগলৈ খোজ দিলে ৷ মুম্বাইৰ কোম্পানী এটাত চাকৰী কৰা অঞ্জনে ছুটিত ঘৰলৈ আহিছে ৷ কাৰন তাৰ ভনীয়েক কাবেৰীৰ বিয়া ৷ তিনিদিন পাছতে বিয়া ৷ অহা তাৰ দেৰিয়েই হৈছে ৷ সি অহা ট্ৰেনখন দুঘন্টা পলম হোৱাৰ বাবে চহৰ পাওতে নিশা হৈ গ’ল ৷ ভাগ্য ভাল যে কোনোমতে ট্ৰেভেলাৰখন পাই গ’ল ৷ অঞ্জনে এনেয়ে এবাৰ পিছলৈ ঘুৰি চালে ৷ একো নেদেখি ৷ একেবাৰে ঘোপ মৰা আন্ধাৰ ৷ ছেঃ কোনোবা এটা লগ পোৱা হলে নিৰ্জন পথছোৱাত কথা প...

Bhal lage Mur Lyrics From Abahan Theatre | Zubeen Garg

Bhal Lage Mur is one the latest superhit assamese theatre song from Hengool Theatre 2018.This song is sung by Zubeen Garg & Nabanita.

Title : Bhal Lage Mur
Theatre : Hengool Theatre 2018
Artist : Zubeen Garg & Nabanita
 


Bhal Lage Mur  Lyrics 




ভাল লাগে মোৰ
ভাল লাগে মোৰ তোমাৰ কথাবোৰ
কবিতা কবিতা লাগে
ভাল লাগে মোৰ পল প্ৰতিপল
তোমাকে

ভাল লাগে মোৰ তোমাৰ কথাবোৰ
কবিতা কবিতা লাগে
ভাল লাগে মোৰ পল প্ৰতিপল
তোমাকে

ভাল লাগে মোৰ জানা
তুমি যদি কৈ দিয়া
জনমে জনমে মোৰ
তুমিয়েই হোৱা
ভাল লাগে মোৰ ভালপোৱা বোৰ
তোমাৰ বুকুৰে
আছুতীয়া কৈ ৰাখিবা মোলৈ
চিৰদিনে ॥

অ' ভাল লাগে মোৰ তোমাৰ কথাবোৰ
কবিতা কবিতা লাগে
ভাল লাগে মোৰ পল প্ৰতিপল
তোমাকে (X3)

ভাল লাগে মোৰ
কবিতা কবিতা লাগে
ভাল লাগে মোৰ
তোমাকে

তুমি যদি আতৰি যোৱা
কেতিয়াবা বহু দুৰলৈ
ভাবি নাপাওঁ সপোনতো
কি জানো হব মোৰ ,

কিয় ভাবা এনে কথা
আছো সদায় তোমাৰ বুলি
বাকি আছে আৰু কিনো
কলিজা কৰিলা চুৰ

ভাল লাগে মোৰ জানা
তুমি যদি কৈ দিয়া
জনমে জনমে মোৰ
তুমিয়েই হোৱা
ভাল লাগে মোৰ ভালপোৱা বোৰ
তোমাৰ বুকুৰে
আছুতীয়া কৈ ৰাখিবা মোলৈ
চিৰদিনে ॥

অ' ভাল লাগে মোৰ তোমাৰ কথাবোৰ
কবিতা কবিতা লাগে
ভাল লাগে মোৰ পল প্ৰতিপল
তোমাকে (x3)

আহে যদি ধুমুহা
জীৱনৰে অচিন বাটত
থাকিমে মই তোমাৰ কাষত
কথা দিলো সচাকৈ

কিনো কথা কৈ দিলা
মন আজি হয় উতলা
বাঢ়ি আহে তোমালৈ
বুকুত মৰমৰে নৈ

ভাল লাগে মোৰ জানা
তুমি যদি কৈ দিয়া
জনমে জনমে মোৰ
তুমিয়েই হোৱা
ভাল লাগে মোৰ ভালপোৱা বোৰ
তোমাৰ বুকুৰে
আছুতীয়া কৈ ৰাখিবা মোলৈ
চিৰদিনে ॥

অ' ভাল লাগে মোৰ তোমাৰ কথাবোৰ
কবিতা কবিতা লাগে
ভাল লাগে মোৰ পল প্ৰতিপল
তোমাকে (x3)
 

Comments

Post a Comment